What is TPM in Industry ? Explanation of All TPM Pillar

সম্পূৰ্ণ নাম : Total Productive Maintenance | (TPM in Assamese)

TPM: Total productive maintenance is the process of using machines, equipment, employees and supporting processes to maintain and improve the integrity of production and the quality of systems.

টিপিএম: Total productive maintenance হৈছে মেচিন , সঁজুলি, কৰ্মচাৰী আৰু ৰক্ষণাবেক্ষণ উন্নত কৰাৰ বাবে সহায়ক প্ৰক্ৰিয়া ,জাক ব্যৱহাৰ কৰাৰ পিচট আমাৰ Production ৰ লগত Overall মেচিন আৰু কোম্পানী ৰ
বিকাশ হয় |

tpm in assamese

Main Goal of TPM Are( টিপিএমৰ লক্ষ্য হৈছে ) :

  1. No breakdowns (মেচিন Breakdown জাতে নহয়)
  2. No stops or running slowly (লাহে লাহে বা কোনো ষ্টপ নাই)
  3. No defects(কোনো ত্ৰুটি নাই)
  4. No accidents(কোনো দুৰ্ঘটনা নাই)

Some of the benifits of TPM (টিপিএমৰ কিছুমান লাভালাভ ):

  • Less unplanned downtime resulting in an increase in OEE (কম অপৰিকল্পিত ডাউনটাইম যাৰ ফলত OEE বৃদ্ধি হয )
  • Reduction in customer complaints (গ্ৰাহকৰ Complain কম হয়)
  • Reduction in manufacturing costs(উৎপাদন Waste হ্ৰাস)
  • Increase in product quality( Product Quality বৃদ্ধি)

TPM in Assamese : 8 Pillars are listed below

TPM is built on eight pillars based on the 5S system.(TPM 5S প্ৰণালীৰ ওপৰত আধাৰিত কৰি আঠটা স্তম্ভৰ ওপৰত নিৰ্মাণ কৰা হয়।)

  1. Autonomous Maintenance
  2. Focused Improvement
  3. Planned Maintenance
  4. Quality Maintenance
  5. Early Equipment Management
  6. Training and Education
  7. Safety, Health and Environment
  8. TPM in Administration

EXPLANATION

1.Autonomous Maintenance :

Autonomous maintenance means ensuring our operators are fully trained on routine maintenance like CLIT.This gives machine operators a feeling of ownership of their equipment and increases their
knowledge of the particular piece of equipment. It also guarantees the machinery is always clean and lubricated, helps identify issues before they become failures, and frees up maintenance staff for higher-level tasks.

(Autonomous maintenance ৰ অৰ্থ হৈছে আমাৰ Operator সকলক CLIT ৰ দৰে নিয়মীয়া Maintenance ৰ ওপৰত সম্পূৰ্ণ প্ৰশিক্ষণ দিয়াটো নিশ্চিত কৰা।ই মেচিন Operator সকলক তেওঁলোকৰ সঁজুলিৰ Ownership অনুভূতি প্ৰদান কৰে | ই লগতে নিশ্চিত কৰে যে Machine সদায় পৰিষ্কাৰ আৰু Lubricated হয়, ই সমস্যাবোৰ বিফল হোৱাৰ আগতে চিনাক্ত কৰাত সহায় কৰে আৰু উচ্চ-স্তৰৰ কামৰ বাবে Maintenance কৰ্মচাৰীসকলক মুক্ত কৰে।)

2.Focused Improvement:

Focused improvement is also known as Kobetsu Kaizen , “kaizen,” meaning “improvement.” In a fast moving company Kaizen Plays a major roles, because it requires improving functions and processes continually.Focused improvement looks at the current process ,brainstorms it and brings ideas how to improve it.Finally we can say focused improvement ensures improvements are standardized, making them repeatable and sustainable.

Focused improvement ক কোবেটচু কাইজেন বুলিও কোৱা হয়, “কাইজেন”, অৰ্থাৎ “উন্নতি”। দ্ৰুত গতিত চলি থকা কোম্পানী এটাত কাইজেনে এটা মুখ্য ৰোল বজায়, কাৰণ ইয়াৰ বাবে কাৰ্য আৰু প্ৰক্ৰিয়াবোৰ continuous উন্নত কৰাৰ প্ৰয়োজন। Focused improvement য়ে বৰ্তমান মেচিন প্ৰক্ৰিয়াটো চায়, আৰু ইয়াক কেনেদৰে উন্নত কৰিব লাগে ইয়াৰ ধাৰণা আনে ।অৱশেষত আমি ক’ব পাৰোঁ যে Focused improvement নিশ্চিত কৰে যে মেচিন উন্নতিবোৰ continuous বজাই ৰাখে |

3.Planned Maintenance :

Planned maintenance involves studying metrics like failure rates and historical downtime and then scheduling maintenance tasks based around these predicted or measured failure rates or downtime periods. In other words, since there is a specific time to perform maintenance on equipment, you can schedule maintenance around the time when equipment is idle or producing at low capacity, rarely interrupting production.In results this reduces the amount of unplanned downtime.

Planned Maintenance ত অন্তৰ্ভুক্ত থাকে বিফলতাৰ হাৰ আৰু ঐতিহাসিক Downtime দৰে Data অধ্যয়ন কৰা আৰু তাৰ পিছত ভৱিষ্যত হব লগা মেচিন বিফলতাৰ হাৰ বা Downtime ওপৰত আধাৰিত কৰি Maintenance কামবোৰ নিৰ্ধাৰণ কৰা। অৰ্থাৎ, যিহেতু মেচিন Maintenance কৰাৰ এক নিৰ্দিষ্ট সময় আছে, আপুনি মেচিন বোৰ নিষ্ক্ৰিয় হৈ থকা বা কম ক্ষমতাত উৎপাদন কৰা সময়ত ৰক্ষণাবেক্ষণ কৰি মেচিন বোৰ Maintenance Planned কৰিব লাগে |

4. Quality Maintenance :

All the maintenance planning and strategizing in the world is all for show, if the quality of the
maintenance being performed is inadequate. The quality maintenance pillar focuses on working design
error detection and prevention into the production process. It does this by using root cause analysis
(specifically the “5 Whys”) to identify and eliminate recurring sources of defects. By proactively detecting the source of errors or defects, processes become more reliable, producing products with the right specifications the first time.

আমি জিমানে মেচিন Maintenance নকৰো কিয় , যদি Quality Maintenance আমাৰ ভাল নহই টেনেহলে আমাৰ কোনো লাভনাই. Quality Maintenance Pillar টুৱে মেচিন ৰ ডিজাইন কৰবাট ভুল আচে নেকি ,জাৰ ফলট Product Quality বেয়া আহিব পাৰে সেইটো ভালদৰে চাই | সেইটো Quality Maintenance ট RCA (Root Cause Analysis) ব্যৱহাৰ কৰি চুৱা হই | যদি আমি এইটো অধিক সঘনাই কৰোঁ, আমাৰ Product Quality প্ৰথমবাৰট কোনো Wastage নোহোৱাকৈ উৎপাদন হব |

5.Early Equipment Management:

Early Management is part of the process of creating a system for managing product and equipment development,one of the principal TPM activities. It can be split into ‘Early Product Management’ and ‘Early Equipment Management’. The period covered by Early Management is from the start of conceptual product planning until the go-ahead is given for full-scale production.

Early Equipment Management এটা Product আৰু Equipement বিকাশ পৰিচালনা কৰাৰ বাবে এক প্ৰণালী যি হৈছে টিপিএমৰ এক মুখ্য কাৰ্যকলাপ। ইয়াক ‘আগতীয়া সামগ্ৰী ব্যৱস্থাপনা’ আৰু ‘আগতীয়া সঁজুলি ব্যৱস্থাপনা’ত বিভক্ত কৰিব পাৰি। ইয়াক ষ্টাৰ্ট-আপ নিৰীক্ষণ বা ৰেম্প-আপ মেনেজমেণ্ট বুলি কোৱা হয়, আৰু লক্ষ্য হৈছে Maintenance কৰাৰ পিছত দ্ৰুত গতিত ৰেম্প-আপ কৰা।

6.Training and education:

Lack of knowledge about equipment can derail a TPM program.Everyone who is opearating the a machine Needs to tranning so that they can take ownership of the machine and perform the function without violating any safety roles.

Equipement বিষয়ে জ্ঞানৰ অভাৱৰ ফলত এটা TPM কাৰ্যসূচী খেলিমেলি হ’ব পাৰে। প্ৰশিক্ষণ আৰু শিক্ষা Operator,Manager আৰু Maintenance কৰ্মচাৰী সকলোক ক দৰকাৰ |এই স্তম্ভত, সকলোৱকে তত্বাৱধান অভিযান্ত্ৰিক পদ্ধতিৰ ওপৰত প্ৰয়োজনীয় শিক্ষা আৰু প্ৰশিক্ষণ প্ৰদান কৰা হয়। যাতে তেওঁলোকে মেচিনৰ Ownership ল’ব পাৰে, আৰু সুৰক্ষাৰ ভূমিকা(Safety Role) ভংগ নকৰাকৈ মেচিন টি চলাব পাৰে|

7.Safety, Health and Environment:

Maintaining a safe working environment means employees can perform their tasks in a safe place without health risks. It’s important to produce an environment that makes production more efficient, but it should not be at the risk of an employee’s safety and health. To achieve this, any solutions introduced in the TPM process should always consider safety, health and the environment.

এক সুৰক্ষিত কামৰ পৰিৱেশ বজাই ৰখাৰ অৰ্থ হৈছে কৰ্মচাৰীসকলে স্বাস্থ্যৰ বিপদাশংকা অবিহনে তেওঁলোকৰ কামবোৰ সুৰক্ষিত স্থানত কৰিব পাৰে। Production অধিক কাৰ্যকৰী কৰা পৰিৱেশ এটা প্ৰস্তুত কৰাটো গুৰুত্বপূৰ্ণ, কিন্তু ই কৰ্মচাৰীৰ সুৰক্ষা আৰু স্বাস্থ্যৰ বিপদাশংকাত থাকিব নালাগে। এইটো প্ৰাপ্ত কৰিবলৈ, টিপিএম প্ৰক্ৰিয়াত প্ৰৱৰ্তন কৰা যিকোনো সমাধানে সদায়সুৰক্ষা, স্বাস্থ্য আৰু পৰিৱেশবিবেচনা কৰিব লাগে।

8.TPM in Administration:

TPM must embrace the entire company, including administrative and support departments. Manufacturing is not a stand-alone activity,it is fully integrated and depended on its support activities .These departments increase their productivity by documenting administrative systems and reducing waste and loss. They can help raise production-system effectiveness by improving every type of organized activity that supports production.Like equipment effectiveness improvement. Administrative TPM focuses on identifying and eliminating effectiveness losses in administrative activities.Our previous 7 pillars also help in Administrative TPM.

Productivity এক অকলশৰীয়া কাৰ্যকলাপ নহয়, ই সম্পূৰ্ণৰূপে একত্ৰিত আৰু ইয়াৰ সমৰ্থন কাৰ্যকলাপৰ ওপৰত নিৰ্ভৰ কৰে। Administrative বিভাগবোৰে প্ৰশাসনিক প্ৰণালীনভুক্ত কৰি আৱৰ্জনা আৰু লোকচান হ্ৰাস কৰি তেওঁলোকৰ উৎপাদনশীলতা বৃদ্ধি কৰে। এইবোৰে উৎপাদন সমৰ্থন কৰা প্ৰতিটো প্ৰকাৰৰ সংগঠিত কাৰ্যকলাপ উন্নত কৰি উৎপাদন-প্ৰণালীৰ কাৰ্যকৰীতা বৃদ্ধি কৰাত সহায় কৰিব পাৰে। যেনে সঁজুলিৰ কাৰ্যকৰীতা উন্নত কৰা।
প্ৰশাসনিক টিপিএমে প্ৰশাসনিক কাৰ্যকলাপত কাৰ্যকৰীতা লোকচান চিনাক্ত আৰু দূৰ কৰাৰ ওপৰত গুৰুত্ব দিয়া | আমাৰ আগৰ ৭ টা স্তম্ভই প্ৰশাসনিক টিপিএমতো সহায় কৰে।

One thought on “What is TPM in Industry ? Explanation of All TPM Pillar

Leave a Reply

Your email address will not be published. Required fields are marked *