A multimeter is an electronic tool used to measure voltage, amps and resistance across circuits.This tool may also be known as a volt-ohm meter or volt-ohm-milliammeter (VOM).
মাল্টিমিটাৰ হৈছে circuits বোৰত voltage,amps and resistance জোখাৰ বাবে ব্যৱহৃত এক ইলেক্ট্ৰনিক সঁজুলি। এই সঁজুলিটোক ভল্ট-ওম মিটাৰ বা ভল্ট-ওম-মিলিয়ামমিটাৰ (ভি.ও.এম.) বুলিও জনা যাব পাৰে।