7 Steps of PM Pillar Explain

Planned Maintenance :

Planned maintenance involves studying metrics like failure rates and historical downtime and then scheduling maintenance tasks based around these predicted or measured failure rates or downtime periods. In other words, since there is a specific time to perform maintenance on equipment, you can schedule maintenance around the time when equipment is idle or producing at low capacity, rarely interrupting production.In results this reduces the amount of unplanned downtime. There are 7 steps of PM pillar . They are listed below.

Planned Maintenance ত অন্তৰ্ভুক্ত থাকে বিফলতাৰ হাৰ আৰু ঐতিহাসিক Downtime দৰে Data অধ্যয়ন কৰা আৰু তাৰ পিছত ভৱিষ্যত হব লগা মেচিন বিফলতাৰ হাৰ বা Downtime ওপৰত আধাৰিত কৰি Maintenance কামবোৰ নিৰ্ধাৰণ কৰা। অৰ্থাৎ, যিহেতু মেচিন Maintenance কৰাৰ এক নিৰ্দিষ্ট সময় আছে, আপুনি মেচিন বোৰ নিষ্ক্ৰিয় হৈ থকা বা কম ক্ষমতাত উৎপাদন কৰা সময়ত ৰক্ষণাবেক্ষণ কৰি মেচিন বোৰ Maintenance Planned কৰিব লাগে | পিএম Pillar ৰ 7 টা পদক্ষেপ আছে। সেইবোৰ তলত তালিকাভুক্ত কৰা হৈছে।

  1. Support to JH
  2. Evaluate Equipment and Understand Situation
  3. Reverse Deterioration and Correct Weakness
  4. Build and Information Management System
  5. Build a Periodic Maintenance System
  6. Build a Condition Based Maintenance System
  7. Evaluate the Planned Maintenance System

In Assamese

  1. JH ক সমৰ্থন
  2. Equipement মূল্যায়ন কৰক আৰু পৰিস্থিতি বুজি লওক
  3. বিপৰীত অৱনতি আৰু দুৰ্বলতা সঠিক কৰা
  4. তথ্য ব্যৱস্থাপনা প্ৰণালী নিৰ্মাণ কৰা
  5. এটা পৰ্যাবৃত্ত Maintenance প্ৰণালী নিৰ্মাণ কৰা
  6. চৰ্ত আধাৰিত তত্বাৱধান প্ৰণালী এটা নিৰ্মাণ কৰা
  7. পৰিকল্পিত Maintenance প্ৰণালী মূল্যায়ন কৰক

Explanation

1. Support to JH :

In this step, we as a maintenace team needs to support to our JH team. Help them correct minor issues on machine , help them in CLIT . Most importtant help them in Fuguai Metigation. And all other support that we can provide to JH Team.

এই পদক্ষেপত, আমি এক Maintenance দল হিচাপে আমাৰ JH দলক সমৰ্থন কৰা প্ৰয়োজন। তেওঁলোকক যন্ত্ৰত ৰু-সুৰা সমস্যা বোৰ সংশোধন কৰাত সহায় কৰক, CLIT ত তেওঁলোকক সহায় কৰক।
বেছি Important তেওঁলোকক Fuguai মেটিগেচনত সহায় কৰিব লাগিব | আৰু আমি JH দলক প্ৰদান কৰিব পৰা আন সকলো Support ত Help কৰিব লাগিব ।

1. Evaluate Equipement and Understand Situation :

In this Step we Evaluate or Classify all machine under a plant . For Example we can classify machine under 3 categories like A , B and C . In A we can keep our most critical machine Because of which the whole unit’s production is hampered/disrupted or That cannot be repaired before 24hours , in B we can keep Those machines whose breakdown can affect the production of a particular line, but its operation can be resumed before 24hrs and in C we can keep Those machines whose breakdown will affect the rate of Operation, but it does not affect the overall Plant Operation significantly.

After classification we also need to understand all our machine condition or situation By doing EHA( Equipment Health Audit ).

ই পদক্ষেপ ট আমি এটা Company ৰ অধীনত সকলো Machine মূল্যায়ন বা শ্ৰেণীবদ্ধ কৰোঁ। উদাহৰণ স্বৰূপে আমি যন্ত্ৰটোক 3 টা শ্ৰেণীৰ অধীনত শ্ৰেণীবদ্ধ কৰিব পাৰোঁ যেনে এ, বি আৰু চি।
এ-ত আমি আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ Machine বিলাক ৰাখিব পাৰোঁ যাৰ বাবে গোটেই গোটটোৰ উৎপাদন বাধাগ্ৰস্ত/ব্যাহত হয় বা সেইটো 24 ঘণ্টাৰ আগতে মেৰামতি কৰিব নোৱাৰি,
বি-ত আমি সেই যন্ত্ৰবোৰ ৰাখিব পাৰোঁ যাৰ Breakdown হলে এটা নিৰ্দিষ্ট লাইনৰ Production প্ৰভাৱিত কৰিব পাৰে, কিন্তু ইয়াৰ কাৰ্যকলাপ 24 ঘণ্টাৰ আগতে পুনৰ আৰম্ভ কৰিব পাৰি আৰু

চি-ত আমি সেই যন্ত্ৰবোৰ ৰাখিব পাৰোঁ যাৰ Breakdown হলে অপাৰেচনৰ হাৰ প্ৰভাৱিত কৰিব, কিন্তু ই গোটেই কোম্পানী কাৰ্যক গুৰুত্বপূৰ্ণভাৱে প্ৰভাৱিত নকৰে।

শ্ৰেণীবিভাজনৰ পিছত আমি ই.এইচ.এ. (সঁজুলি স্বাস্থ্য অডিট) কৰি আমাৰ সকলো যন্ত্ৰৰ স্থিতি বা পৰিস্থিতি বুজিব লাগিব।

3. Reverse Deteriotation and Correct Weakness :

In order to slow our deterioration in a correct way we need to follow the below points and make sure that those points are followed in the factory….

  • Machine classification is done.
  • On Machine Training and guidance for doing CLIT toJH pillar
  • Preparation of Tentative CLIT chart done based on the JH kaizens, fuguai identification and breakdown history.
  • Support to do JHKaizen.
  • Support to JH to find HTA and SOC in machines.
  • Providing proper tools and tackles to reach hard to access area and elimination of source of contamination.
  • Development of Special tools for maintenance.

আমাৰ Machine অৱনতি সঠিক ধৰণে হ্ৰাস কৰিবলৈ আমি তলৰ Points বুৰ অনুসৰণ কৰিব লাগিব আৰু নিশ্চিত কৰিব লাগিব যে সেই Points বুৰ কাৰখানাত Follow হৈ আছে…।

যন্ত্ৰৰ শ্ৰেণীবিভাজন কৰা হয়।
যন্ত্ৰ প্ৰশিক্ষণ আৰু জেএইচ স্তম্ভলৈ চিএলআইটি কৰাৰ বাবে নিৰ্দেশনা
জেএইচৰ ওপৰত আধাৰিত কৰি অস্থায়ী চিএলআইটি চাৰ্ট প্ৰস্তুত ,কাইজেন, ফুগুয়াই চিনাক্তকৰণ আৰু Breakdown History নুট কৰিব লাগিব
JH কাইজেন কৰিবলৈ সমৰ্থন।
Machine ত HTA আৰু SOC area বিচাৰিবলৈ জে.এইচ.-ক সমৰ্থন।
HTA থাই ত প্ৰৱেশ কৰিবলৈ সঠিক সঁজুলি বনাব লাগিব , SOC area ডুৰ কৰিব লাগিব |

4. Build an Information Management System:

In this step we need to create a data management system where we can note the following system

  • We need to note our daily machine breakdown
  • Need to find RCA for critical braekdown
  • We need to track MTTR and MTBF on monthly basis
  • Need to record history card for changing parts.

এই পদক্ষেপত আমি এটা ডাটা ব্যৱস্থাপনা প্ৰণালী সৃষ্টি কৰিব লাগিব য’ত আমি নিম্নলিখিত প্ৰণালীটো মন কৰিব পাৰোঁ।

  • আমি আমাৰ দৈনিক Machine Breakdown হোৱাটো নুট কৰিব লাগিব |
  • গুৰুত্বপূৰ্ণ ব্ৰেকডাউনৰ বাবে RCA বিচাৰি উলিওৱাৰ প্ৰয়োজন
  • আমি মাহিলী ভিত্তিত এমটিটিআৰ আৰু এমটিবিএফ ট্ৰেক কৰিব লাগিব |
  • Equipment সলনি কৰিলে History কাৰ্ড ৰেকৰ্ড কৰিব লাগিব।

5.Build a Periodic Maintenance System :

Based on Classification of our machine we need to plan maintenance for every categories machine time to time .

আমাৰ Machine শ্ৰেণীবিভাজনৰ ওপৰত আধাৰিত কৰি আমি প্ৰতিটো শ্ৰেণীৰ Machine ৰ বাবে সময়ে সময়ে Maintenance Plan কৰিব লাগিব।

6.Build a Condition Based Maintenance System :

In this 6th Step we use some advance and high technology tools to find abnormality of any machine or spare parts . If we can’t find abnormality with our previous 5steps of PM Pillar then only we use this kind of tools.

এই ষষ্ঠ পদক্ষেপত আমি যিকোনো Machine বা স্পেয়াৰ পাৰ্টছৰ অস্বাভাৱিকতা বিচাৰিবলৈ কিছুমান Advanced আৰু High Tech প্ৰযুক্তিৰ সঁজুলি ব্যৱহাৰ কৰোঁ। যদি আমি আমাৰ আগৰ 5 Step পিএম পিলাৰৰ সৈতে অস্বাভাৱিকতা বিচাৰি নাপাওঁ তেন্তে আমি এই ধৰণৰ সঁজুলি ব্যৱহাৰ কৰোঁ।

7. Evaluate the Planned Maitenance System :

In this step our main goal is to continue our all steps on daily basis. We need to make it our habits so we dnt refuse this 6th steps under any circumstances . With the help of 7th step we can continue our PM Step cycle.

এই পদক্ষেপত আমাৰ মূল লক্ষ্য হৈছে দৈনিক ভিত্তিত আমাৰ সকলো পদক্ষেপ অব্যাহত ৰখা। আমি ইয়াক আমাৰ অভ্যাস ত তৈয়াৰ কৰিব লাগিব জাটে আমি যিকোনো পৰিস্থিতিত এই ষষ্ঠ পদক্ষেপ সদায় follow কৰিম।
সপ্তম পদক্ষেপৰ সহায়ত আমি আমাৰ PM Pillar Cycle Cotinue ৰাখিব পাৰোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *